শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

নেহা কক্কৰ-আদিত্যৰ বিয়া! ভাইৰেল VIDEO

3,218

ডিজিটেল ডেস্কঃ প্ৰতিক্ষাৰ অন্ত পৰিল। অপেক্ষাৰ অন্তত হৈ গ’ল বিশেষ বিয়াখন। দৰা আদিত্য নাৰায়ণ আৰু কইনা নেহা কক্কৰ। ইণ্ডিয়ান আইডলৰ মঞ্চত সম্পন্ন হ’ল বিয়াখন। ১৪ নৱেম্বৰত ভেলেন্টাইন ডে’ৰ দিনাখন হৈ গ’ল তেওঁলোকৰ বিয়া। ইণ্ডিয়ান আইডলৰ মঞ্চত বিয়াৰ বাবে এগৰাকী পুৰোহিতকো দেখা গ’ল। বিয়াত উপস্থিত থাকে কেবাগৰাকী আন আন জনপ্ৰিয় শিল্পী।

এই অনুষ্ঠানতে উপস্থিত আছিল আদিত্য নাৰায়ণৰ পিতৃ তথা জনপ্ৰিয় গায়ক উদিত নাৰায়ণ আৰু মাতৃ দীপা নাৰায়ণ ঝাও। ইফালে নেহা কক্কৰৰ অভিভাৱকো উপস্থিত আছিল অনুষ্ঠানটোত। বহুলোকে সঁচা বুলি ভাবিলেও আচলতে এইয়া তেওঁলোকৰ প্ৰকৃত বিয়া নাছিল। ইণ্ডিয়ান আইডলৰ মঞ্চৰ এক অনুষ্ঠানহে আছিল দুয়োৰে বিয়া।

প্ৰকৃততে ইণ্ডিয়ান আইডলৰ প্ৰতি দৰ্শক সকলক অধিক হাৰত মোহিত কৰাৰ বাবে এইয়া আছিল আয়োজকৰ এক কৌশল। এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উদিত নাৰায়ণে। তেওঁ পুত্ৰৰ বিয়াৰ প্ৰসংগত কয় যে, আদিত্য আমাৰ একমাত্ৰ সন্তান। আমি তেওঁৰ বিয়াৰ বাবে ৰৈ আছো। যদি তেওঁলোকৰ বিয়াৰ প্ৰসংগত ওলোৱা উৰা বাতৰি সঁচা হয় তেতিয়া আমি সুখী হ’ম। আদিত্যই আমাৰ সৈতে এই প্ৰসংগত কোনো কথা পতা নাই। চাওক সেই ভিডিঅ’,

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি