প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত

প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত
  • এছিয়ান গেমছত অভিলেখ ৰচিলে ভাৰতীয় পুৰুষ হকী দলে।
  • পুল এ গ্ৰুপৰ প্ৰথমখন মেচতে ১৭-০ ব্যৱধানত ইণ্ডোনেছিয়াক পৰাস্ত।
  • মনদীপ সিং, দিলপ্ৰীত সিং, সীমৰণজিৎ সিঙে কৰিলে তিনিটাকৈ গ'ল।
  • হংকঙৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব ভাৰতীয় হকী দল।
  • ২২ আগষ্টত ভাৰত-হংকঙৰ মেচ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in