অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ ভাৰতীয় ক্ৰিকেট দলৰ, শনিবাৰৰ মেচত হাতত পিন্ধিব ক’লা বেণ্ড…

অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ ভাৰতীয় ক্ৰিকেট দলৰ, শনিবাৰৰ মেচত হাতত পিন্ধিব ক’লা বেণ্ড…
  • শনিবাৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ।
  • শনিবাৰৰ মেচখনত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে হাতত বান্ধি ক'লে বেণ্ড।
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত শোক ব্যক্ত কৰাৰ উদ্দেশ্যে খেলুৱৈসকলে হাতত বান্ধিব ক'লা বেণ্ড।
  • উল্লেখ্য যে, অৰুণ জেটলীয়ে বিচিচিআইৰ উপ সভাপতিৰ পদো চম্ভালিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in