হিমাচলপ্ৰদেশত অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেটাৰ…

হিমাচলপ্ৰদেশত অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেটাৰ…
  • অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল।
  • হিমাচলপ্ৰদেশৰ ধৰমশালাত অনুশীলনত ব্যস্ত খেলুৱৈসকল।
  • উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলাৰ বাবে অনুশীলন কৰা দেখা যায় ভাৰতীয় দলটোক।
  • অহা ১২ মাৰ্চৰ পৰা ধৰমশালাত খেলা হ'ব এদিনীয়া শৃংখলা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in