জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীবৰ্ষণ, কান্ধত তুলি ভাৰতীয় সেনা জোৱানে কৰিলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ… VIDEO

জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীবৰ্ষণ, কান্ধত তুলি ভাৰতীয় সেনা জোৱানে কৰিলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ… VIDEO
  • জম্মু-কাশ্মীৰৰ ভাৰতীয় সেনা বাহিনীৰ জোৱানে কৰিলে বিদ্যালয়ৰ পৰা কণ কণ শিক্ষাৰ্থীক উদ্ধাৰ।
  • বালাকোট ছেক্টৰত পাকিস্তানৰ গুলীবৰ্ষণৰ মাজতে উদ্ধাৰ কৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক।
  • বালাকোট আৰু বেহৰোট গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ।
  • কান্ধত উঠাই লৈ কণ কণ ছাত্ৰ-ছাত্ৰীক লৈ নিৰাপদ স্থানলৈ লৈ যায় সেনা জোৱানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in