দৃষ্টি ৰাজখোৱা আত্মসমপৰ্ণক লৈ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনত সংবাদমেল…

দৃষ্টি ৰাজখোৱা আত্মসমপৰ্ণক লৈ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনত সংবাদমেল…
  • ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনত গুৰুত্বপূৰ্ণ সংবাদমেল।
  • দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ আৰু গ্ৰেপ্তাৰক লৈ সম্বোধন কৰা হয় এই সংবাদমেল।
  • সংবাদমেলত মেজৰ জেনেৰেল দীপক মেহৰাই কয়-
  • আজিৰে পৰা পৰেশ বৰুৱা 'দৃষ্টিহীন' হৈ পৰিল।
  • বিগত প্ৰায় ৩০ বছৰ ধৰি সন্ত্ৰাস চলাই আছিল দৃষ্টি ৰাজখোৱাই।
  • বিগত বহু বছৰ ধৰি তেওঁক কৰায়ত্ত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা হৈছিল।
  • দৃষ্টি ৰাজখোৱাৰ পথ অনুসৰণ কৰিবলৈ সংগঠনটোৰ অন্যান্য কেডাৰ সকলক আহ্বান জনাই মেজৰ জেনেৰেল মেহৰাই।
  • ১৯৮৭ চনত আলফাত যোগদান কৰিছিল মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাই।
  • ইউনিফাইড কামাণ্ডে সম্ভৱ কৰি তুলিছিল দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in