শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

দৃষ্টি ৰাজখোৱা আত্মসমপৰ্ণক লৈ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনত সংবাদমেল…

  • ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনত গুৰুত্বপূৰ্ণ সংবাদমেল।
  • দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ আৰু গ্ৰেপ্তাৰক লৈ সম্বোধন কৰা হয় এই সংবাদমেল।
  • সংবাদমেলত মেজৰ জেনেৰেল দীপক মেহৰাই কয়-
  • আজিৰে পৰা পৰেশ বৰুৱা ‘দৃষ্টিহীন’ হৈ পৰিল।
  • বিগত প্ৰায় ৩০ বছৰ ধৰি সন্ত্ৰাস চলাই আছিল দৃষ্টি ৰাজখোৱাই।
  • বিগত বহু বছৰ ধৰি তেওঁক কৰায়ত্ত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা হৈছিল।
  • দৃষ্টি ৰাজখোৱাৰ পথ অনুসৰণ কৰিবলৈ সংগঠনটোৰ অন্যান্য কেডাৰ সকলক আহ্বান জনাই মেজৰ জেনেৰেল মেহৰাই।
  • ১৯৮৭ চনত আলফাত যোগদান কৰিছিল মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাই।
  • ইউনিফাইড কামাণ্ডে সম্ভৱ কৰি তুলিছিল দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি