শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

লাডাখৰ পৰা পিচুৱাইছে ভাৰত-চীনা সেনা বাহিনীৰ টেংক…VIDEO

ডিজিটেল ডেস্কঃ পশ্চিম হিমালয়ৰ যি স্থানত ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ সংঘটিত হয় উক্ত স্থানৰ পৰা পিচুওৱাই যোৱাৰ সিদ্ধান্তত সহমত হৈছে। বৃহস্পতিবাৰে সদনত এই কথা জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰতীয় সেনা বাহিনীৰ আৰু চীনা সেনা বাহিনীৰ লডাখত থকা টেংকসমূহ বৰ্তমানৰ স্থানৰ পৰা পিচুৱাই আহিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা কিছু মাহৰ পৰা লডাখৰ পেংগং ছ’ এলেকাত চলি থকা গতিবিধিসমূহ বন্ধ কৰাৰ লগতে এই স্থানৰ পৰা পিচুৱাই আহিছে দুয়োখন দেশৰ সেনা বাহিনী। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়- চীনৰ সৈতে আমাৰ কথা-বতৰা হৈ থকাৰ কাৰণেই আমি পেংগং ছ’ বিলটোৰ উত্তৰ আৰু দক্ষিণ ফালৰ পৰা পিচুৱাই অহাত তেওঁলোকৰ সৈতে সহমত হৈছো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি