শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান  •  হায়দৰাবাদৰ এনকাউণ্টাৰক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ…  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মমতা বেনাৰ্জীৰ, ক’লে...  •  'কেব’ৰ বিৰুদ্ধে দৰঙত কংগ্ৰেছৰ ৭ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ  •  ‘কেব’ৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত ৰিপুণ বৰাৰ অকলেই প্ৰতিবাদ

অৰুণাচলপ্ৰদেশৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত অৱতৰণ ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমান… VIDEO

765
  • বুধবাৰে অৰুণাচলপ্ৰদেশৰ বিজয়নগৰত অৱতৰণ কৰা হ’ল ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমান।
  • বিজয়নগৰৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত অৱতৰণ কৰা হয় বিমানখন।
  • ভাৰত-চীন সীমান্তৰ ওচৰতে অৱস্থিত এই এডভান্স লেণ্ডিং গ্ৰাউণ্ড।
  • উল্লেখ্য যে, ৰাজ্যখনত আছে মুঠ ৮খনকৈ এনেধৰণৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড।
  • ভাৰতীয় সেনা বাহিনীৰ আন্তঃগাঁথনি আৰু অধিক মজবুত কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে এই লেণ্ডিং গ্ৰাউণ্ড।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি