ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্থ…

ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্থ…
  • ভাৰতীয় বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্থ।
  • পঞ্জাৱৰ পাটিয়ালা বায়ু সেনাৰ চাউনীত দুৰ্ঘটনাগ্ৰস্থ হৈছে এই বিমানখন।
  • প্ৰাপ্তখবৰুনসৰি, এন চি চিৰ প্ৰশিক্ষণৰ বাবে উৰুৱা হৈছিল এই বিমানখন।
  • এন চি চি কেডেটৰ কেইজনমান বিষয়-ববীয়াই উৰুৱাইছিল বিমানখন।
  • অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্থ হয় বিমানখন।
  • কোনো লোক হতাহতৰ খবৰ পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in