হেলিকপ্টাৰেৰে কৰ্ণাটকত ভাৰতীয় বায়ু সেনাৰ উদ্ধাৰ অভিযান…

হেলিকপ্টাৰেৰে কৰ্ণাটকত ভাৰতীয় বায়ু সেনাৰ উদ্ধাৰ অভিযান…
  • কৰ্ণাটকত বানৰ তাণ্ডৱ অব্যাহত।
  • ৰাজ্যখনৰ বেলাগাৱীত শুকুৰবাৰে উদ্ধাৰ অভিযান চলাই ভাৰতীয় বায়ু সেনাই।
  • হেলিকপ্টাৰযোগে চলাই উদ্ধাৰ অভিযান।
  • মুঠ ২৫জন বন্যাৰ্তক ৰ'গ্গী, হালোল্লী, উধাগাট্টি আৰু গিৰডালৰ পৰা উদ্ধাৰ কৰে।
  • লগতে আশ্ৰয় শিবিৰত থকা বন্যাৰ্তসকলক যোগান ধৰে খাদ্য আৰু বিশুদ্ধ খোৱাপানী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in