শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…  •  গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী  •  পুৱাই ভূমিকম্পৰ জোকাৰণি...

হেলিকপ্টাৰেৰে কৰ্ণাটকত ভাৰতীয় বায়ু সেনাৰ উদ্ধাৰ অভিযান…

49
  • কৰ্ণাটকত বানৰ তাণ্ডৱ অব্যাহত।
  • ৰাজ্যখনৰ বেলাগাৱীত শুকুৰবাৰে উদ্ধাৰ অভিযান চলাই ভাৰতীয় বায়ু সেনাই।
  • হেলিকপ্টাৰযোগে চলাই উদ্ধাৰ অভিযান।
  • মুঠ ২৫জন বন্যাৰ্তক ৰ’গ্গী, হালোল্লী, উধাগাট্টি আৰু গিৰডালৰ পৰা উদ্ধাৰ কৰে।
  • লগতে আশ্ৰয় শিবিৰত থকা বন্যাৰ্তসকলক যোগান ধৰে খাদ্য আৰু বিশুদ্ধ খোৱাপানী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি