ভাৰত-নিউজিলেণ্ডৰ টি-২০ঃ টছত জিকিল ইণ্ডিয়া…

ভাৰত-নিউজিলেণ্ডৰ টি-২০ঃ টছত জিকিল ইণ্ডিয়া…
  • ভাৰত-নিউজিলেণ্ডৰ টি-২০ শৃংখলাৰ পঞ্চম তথা শেষৰখন মেচ।
  • ইতিমধ্যে হৈ হোৱা টছত জয়ী হৈছে ভাৰত।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভাৰতৰ।
  • উল্লেখ্য যে, ৫ দিনীয়া শৃংখলাৰ ৪-০ অগ্ৰগতি লাভ কৰি আছে ভাৰতে।
  • কিছু সময়ৰ পাছতে অথাৎ ১২ বাজি ৩০ মিনিটত খেলপথাৰত নামিব দুয়োটা দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in