৬ উইকেটত জয়ী ইণ্ডিয়া…

৬ উইকেটত জয়ী ইণ্ডিয়া…
  • ভাৰত-নিউজিলেণ্ডৰ ৫ দিনীয়া শৃংখলাৰ প্ৰথমখন টি-২০ত ভাৰতৰ জয়।
  • ৬ উইকেটত জয়ী টীম ইণ্ডিয়া।
  • নিউজিলেণ্ডে বান্ধি দিয়া ২০৪ ৰানৰ লক্ষ্য ১৯ অভাৰতে অতিক্ৰম কৰে ইণ্ডিয়াই।
  • বিদেশৰ মাটিত ২০২০ৰ এয়া প্ৰথমখন মেচ আছিল টীম ইণ্ডিয়াৰ।
  • ৪ টা উইকেট হেৰুৱাই ইণ্ডিয়াই সংগ্ৰহ কৰে ২০৪ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in