ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৫৯ ৰানত জয়ী টীম ইণ্ডিয়া…

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৫৯ ৰানত জয়ী টীম ইণ্ডিয়া…
  • ত্ৰিনিদাদত অনুষ্ঠিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৫৯ ৰানত জয়ী টীম ইণ্ডিয়া।
  • প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৭৯ ৰান।
  • ৱেষ্ট ইণ্ডিজৰ বেটিঙৰ সময়ত বৰষুণে বিধিপথালি দিয়াত ৪৬ অভাৰত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিয়া হয় ঘৰুৱা দলটোক।
  • কিন্তু ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত ২১০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
  • ভাৰতে ডাকৱৰ্থ লুইছ নিয়ম অনুসৰি ৫৯ ৰানত জয়লাভ কৰে।
  • খেলখনত কোহলীয়ে ১২০ ৰানৰ অনবদ্য ইনিংছ খেলাৰ বিপৰীতে ভুবনেশ্বৰ কুমাৰে ৩১ ৰান দি লাভ কৰে ৪টা উইকেট।
  • কোহলীয়ে ১১২টা বলতে সম্পূৰ্ণ কৰে শতৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in