শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৫৯ ৰানত জয়ী টীম ইণ্ডিয়া…

259
  • ত্ৰিনিদাদত অনুষ্ঠিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৫৯ ৰানত জয়ী টীম ইণ্ডিয়া।
  • প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৭৯ ৰান।
  • ৱেষ্ট ইণ্ডিজৰ বেটিঙৰ সময়ত বৰষুণে বিধিপথালি দিয়াত ৪৬ অভাৰত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিয়া হয় ঘৰুৱা দলটোক।
  • কিন্তু ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত ২১০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
  • ভাৰতে ডাকৱৰ্থ লুইছ নিয়ম অনুসৰি ৫৯ ৰানত জয়লাভ কৰে।
  • খেলখনত কোহলীয়ে ১২০ ৰানৰ অনবদ্য ইনিংছ খেলাৰ বিপৰীতে ভুবনেশ্বৰ কুমাৰে ৩১ ৰান দি লাভ কৰে ৪টা উইকেট।
  • কোহলীয়ে ১১২টা বলতে সম্পূৰ্ণ কৰে শতৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি