এছিয়া কাপঃ বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়ী ভাৰত

এছিয়া কাপঃ বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়ী ভাৰত
  • ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ তৃতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ।
  • ৭ উইকেটত বাংলাদেশক পৰাস্ত কৰিলে ভাৰতে।
  • প্ৰথমে বেটিং কৰি ৪৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই বাংলাদেশে সংগ্ৰহ কৰিছিল ১৭৩ ৰান।
  • বাংলাদেশৰ হৈ মেহিদী হাচানে স্ক'ৰ কৰে ৪২ ৰান।
  • মাত্ৰ ৩৬.২ অভাৰতে এই লক্ষ্যত উপনীত হয় টীম ইণ্ডিয়া।
  • হংকং, পাকিস্তানক পৰাস্ত কৰাৰ পাছতে ২০১৮ বৰ্ষৰ এছিয়া কাপত এয়া ভাৰতৰ তৃতীয় জয়।
  • ভাৰতৰ হৈ যোজবেন্দ্ৰ চহলে ১০ অভাৰত ৪০ ৰান দি সৰ্বাধিক ৪টা উইকেট লাভ কৰে।
  • ভূৱনেশ্বৰ কুমাৰ, যশপ্ৰীত বুমৰাহে ৩টা আৰু ৰবীন্দ্ৰ জাদেজাই দখল কৰে এটা উইকেট।
  • অপেনাৰ ৰোহিত শৰ্মাৰ ৮৩ ৰানৰ অৰ্ধশতকীয় ইনিংছ উপহাৰ।
  • শিখৰ ধাৱানে ৪৭টা বলত সংগ্ৰহ কৰে ৪০ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in