শেহতীয়া খবৰ
স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...

ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ….

ডিজিটেল ডেস্ক :  ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। প্ৰথমবাৰলৈ কমনৱেলছ গেমছত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে।

৪ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলক ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি ১৬৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ৯ আগষ্ট, দেওবাৰে অষ্ট্ৰেলিয়া অথবা নিউজিলেণ্ডৰ সৈতে ফাইনেল খেলিব টীম ইণ্ডিয়াই।

আৰু পঢ়ক : উৎকোচ লোৱা প্ৰত্যক্ষ কৰিলে শীঘ্ৰেই ফোন কৰক এই নম্বৰত…