ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ….

ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ….

ডিজিটেল ডেস্ক :  ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। প্ৰথমবাৰলৈ কমনৱেলছ গেমছত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে।

৪ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলক ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি ১৬৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ৯ আগষ্ট, দেওবাৰে অষ্ট্ৰেলিয়া অথবা নিউজিলেণ্ডৰ সৈতে ফাইনেল খেলিব টীম ইণ্ডিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in