শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

ঘৰৰ মাটিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টিম ইণ্ডিয়াৰ বৃহৎ জয়…

4,029
  • ব্ৰীছব্ৰেনৰ ৪ৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ।
  • ঘৰৰ মাটিত ৩ উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে টিম ইণ্ডিয়াই।
  • আজি আছিল খেলৰ অন্তিম দিন।
  • ঐতিহাসিক বিজয় সাৱস্ত্য কৰে ভাৰতে।
  • প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ভংগ কৰিছিল ৩৬৯ ৰাণ।
  • ২য় ইনিংছত দলটোৱে সংগ্ৰহ কৰিছিল ২৪৯ ৰাণ।
  • ভাৰতে প্ৰথমে ইনিংছত সংগ্ৰহ কৰিছিল ৩৩৬ ৰাণ।
  • ২য় ইনিংছত ভাৰতে ৭ উইকেটত সংগ্ৰহ কৰে ৩২৯ ৰাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি