ঘৰৰ মাটিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টিম ইণ্ডিয়াৰ বৃহৎ জয়…

ঘৰৰ মাটিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টিম ইণ্ডিয়াৰ বৃহৎ জয়…

  • ব্ৰীছব্ৰেনৰ ৪ৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ।
  • ঘৰৰ মাটিত ৩ উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে টিম ইণ্ডিয়াই।
  • আজি আছিল খেলৰ অন্তিম দিন।
  • ঐতিহাসিক বিজয় সাৱস্ত্য কৰে ভাৰতে।
  • প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ভংগ কৰিছিল ৩৬৯ ৰাণ।
  • ২য় ইনিংছত দলটোৱে সংগ্ৰহ কৰিছিল ২৪৯ ৰাণ।
  • ভাৰতে প্ৰথমে ইনিংছত সংগ্ৰহ কৰিছিল ৩৩৬ ৰাণ।
  • ২য় ইনিংছত ভাৰতে ৭ উইকেটত সংগ্ৰহ কৰে ৩২৯ ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in