ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্টমেচ

ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্টমেচ
  • শুকুৰবাৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ।
  • টচত জিকি প্ৰথমে বেটিং কৰে ৱেষ্ট ইণ্ডিজে।
  • হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন।
  • প্ৰথমখন মেচত ২৭২ ৰানৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল ভাৰতে।
  • প্ৰথম বেটিং কৰি ৱেষ্ট ইণ্ডিছে পুৱা ১০.১৫ বজালৈকে ১১ অভাৰত সংগ্ৰহ কৰিছে ৩২ ৰান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in