শেহতীয়া খবৰ
নিমিষতে ছাই হৈ গ'ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ  •  ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত  •  গুৱাহাটী-ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি

২১ অক্টোবৰত গুৱাহাটীত কোহলি-গেইল বাহিনীৰ ২২ গজৰ মহাৰণ

839

ডিজিটেল ডেস্কঃ ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ মাজত আই চি চিৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেল। বিগত আন্তৰাষ্ট্ৰীয় টি টুৱেন্টিৰ সফল আয়োজনৰ পাছত এই এদিনীয়া খেলখনক লৈও আত্মবিশ্বাসী অসম ক্ৰিকেট সন্থা।

ইতিমধ্যে খেলখনৰ বাবে ষ্টেডিয়ামৰ লগতে বাট-পথৰো মেৰামতি কাম চলি থকা বুলি সংবাদমাধ্যমক জনালে অসম ক্ৰিকেট সন্থা সম্পাদক প্ৰদীপ বুঢ়াগোহাইয়ে। এদিনীয়া খেলখনৰ বাবে অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰাত পিটছ সাজু কৰিছে।

অহা ১৬ চেপ্তেম্বৰত বিভিন্ন সা সুবিধা পৰ্যালোচনাৰ বাবে গুৱহাটীলৈ আহিব  আই চি চি ৰ এটি প্ৰতিনিধি দল । অসম ক্ৰিকেট সন্থাৰ এক সুত্ৰই জানিবলৈ দিছে অহা ৭ চেপ্তেম্বৰ পৰা এই এদিনীয়া খনৰ টিকট দৰ্শকৰ বাবে মুকলি কৰা হব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি