শ্ৰীলংকাৰ বিৰু্দ্ধে টি-২০ৰ তৃতীয়খন মেচত জয়ী ভাৰত…

শ্ৰীলংকাৰ বিৰু্দ্ধে টি-২০ৰ তৃতীয়খন মেচত জয়ী ভাৰত…
  • তৃতীয়খন টি-২০ শৃংখলাৰ মেচত ভাৰতৰ হাতত পৰাস্ত শ্ৰীলংকা।
  • ২০২ ৰানৰ লক্ষ্য শ্ৰীলংকাক বান্ধি দিছিল ভাৰতে।
  • ১৫.৫ অভাৰত শ্ৰীলংকাই সংগ্ৰহ কৰে ১২৩ ৰান।
  • এই শৃংখলাৰ দ্বিতীয়খন মেচতো জয়ী হৈছিল ভাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in