ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচঃ প্ৰথমে ক্ৰীজত নামিল ৰোহিত-মায়াঙ্ক…

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচঃ প্ৰথমে ক্ৰীজত নামিল ৰোহিত-মায়াঙ্ক…
  • ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ।
  • মহাৰাষ্ট্ৰৰ এম চি এ ষ্টেডিয়ামত খেলা হৈছে এই মেচখন।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।
  • ভাৰতৰ হৈ প্ৰথমে ক্ৰীজত নামিছে ৰোহিত শৰ্মা আৰু মায়াঙ্ক আগৰৱাল।
  • উল্লেখ্য যে, বৰ্তমানলৈ এই টেষ্ট শৃংখলাত ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in