শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ...  •  ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ...  •  ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান

ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ, টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ…

160
  • মহালীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আৰম্ভ দ্বিচীয়খন টি-২০ মেচ।
  • ইণ্ডিয়াই টছত জিকি প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনালে দক্ষিণ আফ্ৰিকাক।
  • এই মেচখনত খেলা নাই ভাৰতীয় দলৰ কে এল ৰাহুল, খলীল আহমেদ, ৰাহুল ছহৰ আৰু মণীষ পাণ্ডেই।
  • ইফালে এই মেচখনত দক্ষিণ আফ্ৰিকা দলত অন্তভূক্ত হৈছে ৩ জন নতুন খেলুৱৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি