ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ, টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ…

ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ, টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ…
  • মহালীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আৰম্ভ দ্বিচীয়খন টি-২০ মেচ।
  • ইণ্ডিয়াই টছত জিকি প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনালে দক্ষিণ আফ্ৰিকাক।
  • এই মেচখনত খেলা নাই ভাৰতীয় দলৰ কে এল ৰাহুল, খলীল আহমেদ, ৰাহুল ছহৰ আৰু মণীষ পাণ্ডেই।
  • ইফালে এই মেচখনত দক্ষিণ আফ্ৰিকা দলত অন্তভূক্ত হৈছে ৩ জন নতুন খেলুৱৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in