শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

বৰষুণৰ বিধি পঠালি! স্থগিত হ’ল ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টি-২০

446
  • বৰষুণৰ বাবে স্থগিত ৰখা হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব লগা প্ৰথমখন টি-২০ খেল।
  • দেওবাৰৰ পৰা আৰম্ভ হৈছে দুয়োটা দলৰ মাজত টি-২০ শৃংখলা।
  • এই শৃংখলাত মুঠ ৩ খন খেল খেলিব দুয়োটা দলে।
  • প্ৰথমখন খেল অনুষ্ঠিত হৈছে হিমাচল প্ৰদেশৰ ধৰমশালাত।
  • বৰষুণৰ বাবে স্থগিত ৰাখিব লগা হৈছে খেলখন।
  • উল্লেখ্য যে, শনিবাৰেও অনুশীলনৰ সময়ত অসুবিধাৰ সন্মুখীন হৈছিল দুয়োটা দল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি