বৰষুণৰ বিধি পঠালি! স্থগিত হ’ল ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টি-২০

বৰষুণৰ বিধি পঠালি! স্থগিত হ’ল ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টি-২০

  • বৰষুণৰ বাবে স্থগিত ৰখা হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব লগা প্ৰথমখন টি-২০ খেল।
  • দেওবাৰৰ পৰা আৰম্ভ হৈছে দুয়োটা দলৰ মাজত টি-২০ শৃংখলা।
  • এই শৃংখলাত মুঠ ৩ খন খেল খেলিব দুয়োটা দলে।
  • প্ৰথমখন খেল অনুষ্ঠিত হৈছে হিমাচল প্ৰদেশৰ ধৰমশালাত।
  • বৰষুণৰ বাবে স্থগিত ৰাখিব লগা হৈছে খেলখন।
  • উল্লেখ্য যে, শনিবাৰেও অনুশীলনৰ সময়ত অসুবিধাৰ সন্মুখীন হৈছিল দুয়োটা দল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in