শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

ভাৰতৰ সন্মুখত ২৭৪ ৰানৰ লক্ষ্য কিৱি বাহিনীৰ, প্ৰথম ৫ অভাৰতে হেৰুৱালে মায়াংক আৰু পৃথ্বীৰ উইকেট…

294
  • অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত হৈছে ভাৰত-নিউজিলেণ্ডৰ মাজৰ দ্বিতীয় এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলখন।
  • টছত জিকি প্ৰথমে কিৱি বাহিনীক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ভাৰতে।
  • নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৭৩ ৰান।
  • ২৭৪ ৰানৰ লক্ষ্য সন্মুখত ৰাখি ক্ৰিজত নামে ভাৰত।
  • কিন্তু প্ৰথম ৫ অভাৰতে দুটাকৈ উইকেট হেৰুৱাইছে ভাৰতে।
  • বৰ্তমান ক্ৰিজত খেলি আছে অধিনায়ক বিৰাট কোহলী আৰু শ্ৰেয়ছ আয়াৰে।
  • ৭ অভাৰলৈকে ভাৰতৰ স্ক’ৰ ২ উইকেটৰ বিনিময়ত ৪৩ ৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি