ভাৰতৰ সন্মুখত ২৭৪ ৰানৰ লক্ষ্য কিৱি বাহিনীৰ, প্ৰথম ৫ অভাৰতে হেৰুৱালে মায়াংক আৰু পৃথ্বীৰ উইকেট…

ভাৰতৰ সন্মুখত ২৭৪ ৰানৰ লক্ষ্য কিৱি বাহিনীৰ, প্ৰথম ৫ অভাৰতে হেৰুৱালে মায়াংক আৰু পৃথ্বীৰ উইকেট…
  • অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত হৈছে ভাৰত-নিউজিলেণ্ডৰ মাজৰ দ্বিতীয় এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলখন।
  • টছত জিকি প্ৰথমে কিৱি বাহিনীক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ভাৰতে।
  • নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৭৩ ৰান।
  • ২৭৪ ৰানৰ লক্ষ্য সন্মুখত ৰাখি ক্ৰিজত নামে ভাৰত।
  • কিন্তু প্ৰথম ৫ অভাৰতে দুটাকৈ উইকেট হেৰুৱাইছে ভাৰতে।
  • বৰ্তমান ক্ৰিজত খেলি আছে অধিনায়ক বিৰাট কোহলী আৰু শ্ৰেয়ছ আয়াৰে।
  • ৭ অভাৰলৈকে ভাৰতৰ স্ক'ৰ ২ উইকেটৰ বিনিময়ত ৪৩ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in