ভাৰত Vs নিউজিলেণ্ডঃ ১১১ ৰানৰ লক্ষ্য বান্ধি দিলে কোহলী বাহিনীয়ে…

ভাৰত Vs নিউজিলেণ্ডঃ ১১১ ৰানৰ লক্ষ্য বান্ধি দিলে কোহলী বাহিনীয়ে…
  • টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত ভাৰত।
  • প্রথম বেটিং কৰাৰ পাছতে ভাৰতে ২০ অভাৰত ১১০ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
  • ৭ টাকৈ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ১১০ৰান।
  • নিউজিলেণ্ডে ২০ অভাৰত মেচখনত ১১১ ৰান কৰিলেই জয়ী হ'ব।
  • ভাৰতে বেটিঙৰ সময়ত বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in