ভাৰত-নিউজিলেণ্ডৰ শেষৰখন টি-২০ঃ সন্মান বচাবলৈ ফীল্ডত নামিব কিৱি বাহিনী…

ভাৰত-নিউজিলেণ্ডৰ শেষৰখন টি-২০ঃ সন্মান বচাবলৈ ফীল্ডত নামিব কিৱি বাহিনী…
  • ভাৰত-নিউজিলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাৰ দেওবাৰে অন্তিম তথা পঞ্চমখম মেচ।
  • ইতিমধ্যে চিৰিজত ৪-০ ৰ অগ্ৰগতি টীম ইণ্ডিয়াৰ।
  • ইফালে শেষৰখন মেচত নিজৰ সন্মান বচাবলৈ কঠোৰ অনুশীলনত ব্যস্ত কিৱি বাহিনী।
  • শেষৰ খন মেচত টীম ইণ্ডিয়াত কিছু ৰদ-বদল কৰাৰ সম্ভৱনা আছে।
  • উইকেটকীপাৰ হিচাপে ঋষভ পন্টে দলত পাব পাৰে স্থান।
  • স্পিনাৰ বলাৰ কুলদ্বীপ যাদৱেও প্লেৱিং ইলেভেনত স্থান পাব পাৰে।
  • দুপৰীয়া ১২ বজাত টছ হোৱাৰ পাছতে ১২.৩০ বজাৰ পৰা আৰম্ভ হ'ব মেচ।
  • মাউথ মাঙ্গুনূইৰ অ'ৱেল ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হ'ব এই মেচখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in