শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি, তদন্তৰ বাবে গঠন বিশেষ অনুসন্ধানকাৰী দল...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO

ভাৰত-নিউজিলেণ্ডৰ শেষৰখন টি-২০ঃ সন্মান বচাবলৈ ফীল্ডত নামিব কিৱি বাহিনী…

576
  • ভাৰত-নিউজিলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাৰ দেওবাৰে অন্তিম তথা পঞ্চমখম মেচ।
  • ইতিমধ্যে চিৰিজত ৪-০ ৰ অগ্ৰগতি টীম ইণ্ডিয়াৰ।
  • ইফালে শেষৰখন মেচত নিজৰ সন্মান বচাবলৈ কঠোৰ অনুশীলনত ব্যস্ত কিৱি বাহিনী।
  • শেষৰ খন মেচত টীম ইণ্ডিয়াত কিছু ৰদ-বদল কৰাৰ সম্ভৱনা আছে।
  • উইকেটকীপাৰ হিচাপে ঋষভ পন্টে দলত পাব পাৰে স্থান।
  • স্পিনাৰ বলাৰ কুলদ্বীপ যাদৱেও প্লেৱিং ইলেভেনত স্থান পাব পাৰে।
  • দুপৰীয়া ১২ বজাত টছ হোৱাৰ পাছতে ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচ।
  • মাউথ মাঙ্গুনূইৰ অ’ৱেল ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি