ভাৰত ইংলেণ্ডৰ চতুৰ্থ টেষ্ট : প্ৰথম ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰয়োজন ১৮১ ৰাণ…

ভাৰত ইংলেণ্ডৰ চতুৰ্থ টেষ্ট : প্ৰথম ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰয়োজন ১৮১ ৰাণ…

ডিজিডেল ডেস্ক : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থ আৰু অন্তিম টেষ্টৰ দ্বিতীয় দিনৰ খেল শুকুৰবাৰে আৰম্ভ হয় । টেষ্ট খেল খনত বৃহস্পতিবাৰৰ দিনটোত অপৰাজিত বেটছমেন ৰোহিত শৰ্মা আৰু চেতেশ্বৰ পূজাৰাই বৰ্তমান বেটিং কৰিব । বৃহস্পতিবাৰে খেলখনত ভাৰতে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছিল ।

ৰোহিত শৰ্মা আৰু চেতেশ্বৰ পূজাৰাই অধিক সময় ক্ৰিজত থাকিলে ভাৰতে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিব বুলি বুলি ক্ৰিকেট বিশেষজ্ঞ সকলে মন্তব্য কৰে । ইংলেণ্ডে প্ৰথম ইনিংছত ২০৫ ৰাণ সংগ্ৰহ কৰে । প্ৰথম দিনৰ শেষত ভাৰতে ১ উইকেটত ২৪ ৰাণ সংগ্ৰহ কৰাৰ লগতে এতিয়া ইংলেণ্ডৰ ভাৰতৰ বিৰুদ্ধে ১৮১ ৰাণৰ প্ৰয়োজন ।ইফালে অপেনাৰ শুভমান গিলৰ উইকেট হেৰুৱাই ভাৰতে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in