ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টঃ ৩২ ৰানতে ৩ উইকেট হেৰুৱালে বাংলাদেশে

ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টঃ ৩২ ৰানতে ৩ উইকেট হেৰুৱালে বাংলাদেশে
  • বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথম টেষ্ট।
  • মধ্যপ্ৰদেশৰ ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই টেষ্ট খেল।
  • টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় বাংলাদেশে।
  • টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত ৩২ ৰানতে ৩টা উইকেট হেৰুৱাই মুখ থেকেচা অতিথি দলটোৰ।
  • চাদ্দাম ইছলাম, মমিনুল কায়েফ আৰু মহম্মদ মিথুনে ক্ৰমে ৬, ৬ আৰু ১৩ ৰান কৰি পেভিলিয়নলৈ উভতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in