শেহতীয়া খবৰ
চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO

ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলঃ ২ উইকেট হেৰুৱাই ৮৩ ৰান সংগ্ৰহ অষ্ট্ৰেলিয়াৰ…

197
  • চেন্নাইত চলি আছে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া চিৰিজৰ ফাইনেল মেচ।
  • ৩ দিনীয়া শৃংখলাৰ ১-১ ব্যৱধান ভাৰত-অষ্ট্ৰেলিয়াৰ।
  • শৃংখলা নিজৰ হাতত ৰাখিবলৈ খেলপথাৰত নামিছে দুয়োটা দল।
  • টছত জিকি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত।
  • কিন্তু দ্বিতীয়টো অভাৰতে মহম্মদ ছামীৰ বলত আউট হয় ৱানাৰ।
  • ৭ টা বলত ৩ ৰাণ সংগ্ৰহ কৰি পেভিলিয়ানমুখী হয় ৱানাৰ।
  • ইয়াৰ পিছতে ৰান আউট হয় ফিন্স।
  • ২৬ টা বলত ১৯ ৰাণ সংগ্ৰহ কৰিছিল ফিন্সে।
  • বৰ্তমান ১৫ অভাৰৰ অন্তত ২ টা উইকেট হেৰুৱাই ৮৩ ৰান সংগ্ৰহ কৰিছে অষ্ট্ৰেলিয়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি