ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলঃ ২ উইকেট হেৰুৱাই ৮৩ ৰান সংগ্ৰহ অষ্ট্ৰেলিয়াৰ…

ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলঃ ২ উইকেট হেৰুৱাই ৮৩ ৰান সংগ্ৰহ অষ্ট্ৰেলিয়াৰ…
  • চেন্নাইত চলি আছে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া চিৰিজৰ ফাইনেল মেচ।
  • ৩ দিনীয়া শৃংখলাৰ ১-১ ব্যৱধান ভাৰত-অষ্ট্ৰেলিয়াৰ।
  • শৃংখলা নিজৰ হাতত ৰাখিবলৈ খেলপথাৰত নামিছে দুয়োটা দল।
  • টছত জিকি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত।
  • কিন্তু দ্বিতীয়টো অভাৰতে মহম্মদ ছামীৰ বলত আউট হয় ৱানাৰ।
  • ৭ টা বলত ৩ ৰাণ সংগ্ৰহ কৰি পেভিলিয়ানমুখী হয় ৱানাৰ।
  • ইয়াৰ পিছতে ৰান আউট হয় ফিন্স।
  • ২৬ টা বলত ১৯ ৰাণ সংগ্ৰহ কৰিছিল ফিন্সে।
  • বৰ্তমান ১৫ অভাৰৰ অন্তত ২ টা উইকেট হেৰুৱাই ৮৩ ৰান সংগ্ৰহ কৰিছে অষ্ট্ৰেলিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in