প্ৰথমখন অ’ ডি আই মেচঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বান্ধি দিলে ২৫৬ ৰানৰ টাৰ্গেট…

প্ৰথমখন অ’ ডি আই মেচঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বান্ধি দিলে ২৫৬ ৰানৰ টাৰ্গেট…
  • ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ।
  • প্ৰথমে বেটিং কৰি ২৫৫ ৰান সংগ্ৰহ কৰে ভাৰতীয় ক্ৰিকেট দলে।
  • ৪৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।
  • এই মেচখনত জয়ী হ'বলৈ অষ্ট্ৰেলিয়াক প্ৰয়োজন ২৫৬ ৰানৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in