শেহতীয়া খবৰ
অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ  •  হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

চতুৰ্থখন এদিনীয়া মেচত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভাৰতৰ…

108
  • ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থখন এদিনীয়া মেচ।
  • টছত জয়ী হয় ভাৰত।
  • প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলটোৱে।
  • বৰ্তমানলৈ ২-১ শৃংখলাৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত।
  • দেওবাৰৰ এই মেচখনত জয়ী হ’লে ভাৰত জয়ী হ’ব অ’ ডি আই মেচত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি