Published on:
Updated on:
- ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থখন এদিনীয়া মেচ।
- টছত জয়ী হয় ভাৰত।
- প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল'লে ভাৰতীয় ক্ৰিকেট দলটোৱে।
- বৰ্তমানলৈ ২-১ শৃংখলাৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত।
- দেওবাৰৰ এই মেচখনত জয়ী হ'লে ভাৰত জয়ী হ'ব অ' ডি আই মেচত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in