শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

যোৱা ২৪ ঘন্টাত দেশত আকৌ ১৬,৯৪৬জন কোভিড পজিটিভ…

146

ডিজিটেল ডেস্কঃ বিশ্বজুৰি প্ৰতিদিনাই বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। ইফালে, ভাৰততো যোৱা ২৪ ঘন্টাত নতুনকৈ ১৬,৯৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এতিয়ালৈকে দেশত এই ভাইৰাছত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০৫১২০৯৩জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ বিপৰীতে দেশত সুস্থ হোৱা লোকৰ সংখ্যা ১০১৪৬৭৬৩জনলৈ বৃদ্ধি পাইছে। তাৰপাছতেই ভাৰতত আৰোগ্য হোৱা লোকৰ হাৰ ৯৬.৫২ শতাংশলৈ বৃদ্ধি হৈছে। আনহাতে, দেশত যোৱা ২৪ ঘন্টাত ১৯৮জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৫১৭২৭জনলৈ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি