যোৱা ২৪ ঘন্টাত দেশত আকৌ ১৬,৯৪৬জন কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বিশ্বজুৰি প্ৰতিদিনাই বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। ইফালে, ভাৰততো যোৱা ২৪ ঘন্টাত নতুনকৈ ১৬,৯৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এতিয়ালৈকে দেশত এই ভাইৰাছত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০৫১২০৯৩জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ বিপৰীতে দেশত সুস্থ হোৱা লোকৰ সংখ্যা ১০১৪৬৭৬৩জনলৈ বৃদ্ধি পাইছে। তাৰপাছতেই ভাৰতত আৰোগ্য হোৱা লোকৰ হাৰ ৯৬.৫২ শতাংশলৈ বৃদ্ধি হৈছে। আনহাতে, দেশত যোৱা ২৪ ঘন্টাত ১৯৮জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৫১৭২৭জনলৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in