ভাৰতৰ ইউ এ ইৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন….

ভাৰতৰ ইউ এ ইৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন….

ডিজিটেল ডেস্কঃ ভাৰতে সংযুক্ত আৰৱ আমিৰাত (ইউ.এ.ই.)ৰ সৈতে এক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ ফলত ইউ.এ.ই.-ত বেছিভাগ ভাৰতীয় ৰপ্তানিৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হ'ব। ২০১৪ চনত নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পিছত সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চি ই পি এ) হৈছে প্ৰথম বৃহৎ বাণিজ্য চুক্তি। এই চুক্তিত নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ইউ এ ইৰ অৰ্থনীতি মন্ত্ৰী আব্দুল্লাহ বিন তৌক আল মাৰিয়ে স্বাক্ষৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in