শেহতীয়া খবৰ
উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...  •  ৰাইজৰ সেৱা ! ঔম স্বাহা...  •  আমিনগাঁৱত ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ছাত্ৰৰ মৃত্যু...

ভাৰতৰ ইউ এ ইৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন….

ডিজিটেল ডেস্কঃ ভাৰতে সংযুক্ত আৰৱ আমিৰাত (ইউ.এ.ই.)ৰ সৈতে এক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ ফলত ইউ.এ.ই.-ত বেছিভাগ ভাৰতীয় ৰপ্তানিৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হ’ব। ২০১৪ চনত নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পিছত সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চি ই পি এ) হৈছে প্ৰথম বৃহৎ বাণিজ্য চুক্তি। এই চুক্তিত নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ইউ এ ইৰ অৰ্থনীতি মন্ত্ৰী আব্দুল্লাহ বিন তৌক আল মাৰিয়ে স্বাক্ষৰ কৰিছে।