ভাৰত-পাকিস্তানৰ হাইভল্টেজ খেলঃ ৩৫ অভাৰত ২০০ ৰান সম্পূৰ্ণ ভাৰতৰ

ভাৰত-পাকিস্তানৰ হাইভল্টেজ খেলঃ ৩৫ অভাৰত ২০০ ৰান সম্পূৰ্ণ ভাৰতৰ
  • লণ্ডনৰ মানচেষ্টাৰৰ অল্ড ট্ৰাফ'ৰ্ডত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেছ।
  • বিশ্বকাপ ক্ৰিকেট, ২০১৯ৰ এই খেলত ২০০ ৰান সম্পূৰ্ণ ভাৰতৰ।
  • ৩৫ অভাৰত অন্তত ভাৰতৰ স্ক'ৰ ২০৬ ৰান।
  • ক্ৰিজত ১১৯ (১০১) ৰানত বেটিং কৰি আছে ৰোহিত শৰ্মাই।
  • ৰোহিত শৰ্মাক সংগ দি বিৰাট কোহলীয়ে সংগ্ৰহ কৰিছে ২৫ (৩২) ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in