শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

ভাৰতত প্ৰতিঘন্টাত ১০০০ লোক আক্ৰান্ত কোৰোনাত…

135
  • ভাৰতত বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত ২৪,২৪৮গৰাকী।
  • ইয়াৰ বিপৰীতে মৃত্যু হৈছে ৪২৫গৰাকী লোকৰ।
  • দেশত বৰ্তমানত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হলগৈ ৬,৯৭,৪১৩গৰাকী।
  • ইয়াৰে ৪লাখ ২৫হাজাৰ লোক আৰোগ্য হৈছে।
  • ১৯,৬৯৩গৰাকী লোক ইতিমধ্যে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি