ভাৰতত প্ৰতিঘন্টাত ১০০০ লোক আক্ৰান্ত কোৰোনাত…

ভাৰতত প্ৰতিঘন্টাত ১০০০ লোক আক্ৰান্ত কোৰোনাত…
  • ভাৰতত বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত ২৪,২৪৮গৰাকী।
  • ইয়াৰ বিপৰীতে মৃত্যু হৈছে ৪২৫গৰাকী লোকৰ।
  • দেশত বৰ্তমানত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হলগৈ ৬,৯৭,৪১৩গৰাকী।
  • ইয়াৰে ৪লাখ ২৫হাজাৰ লোক আৰোগ্য হৈছে।
  • ১৯,৬৯৩গৰাকী লোক ইতিমধ্যে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in