দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন: এদিনতে কোভিডত আক্ৰান্ত হ’ল ৯৩,২৪৯ গৰাকী…

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন: এদিনতে কোভিডত আক্ৰান্ত হ’ল ৯৩,২৪৯ গৰাকী…
  • দেশত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমন ।
  • এদিনতে দেশত কোভিডত আক্ৰান্ত হ'ল ৯৩,২৪৯ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু হয় ৫১৩ গৰাকীৰ ।
  • দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হয় ১,২৪,৮৫,৫০৯ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হয় ১,৬৪,৬২৩ গৰাকী ।
  • বৰ্তমানলৈ দেশত ৭,৫৯,৭৯,৬৫১ গৰাকী লোকে গ্ৰহন কৰে কোভিড ভেকচিন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in