ভাৰতত পুনৰ ৪১ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত…

ভাৰতত পুনৰ ৪১ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত…
  • ভাৰতত পুনৰ ৪১৩৮৩জন কোৰোনাত আক্ৰান্ত।
  • যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে এই কেইজন লোক।
  • এই সময়চোৱাত দেশত ৩৮৬৫২জন লোক সুস্থ হোৱাৰ বিপৰীতে কোৰোনাত মৃত্যু ৫০৭জনৰ।
  • স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩১২৫৭৭২০জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, আৰোগ্যৰ সংখ্যা ৩০৪২৯৩৩৯জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, এতিয়াও কোৰোনাত আক্ৰান্ত হৈ ভাৰতত চিকিৎসাধীন হৈ আছে ৪০৯৩৯৪জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in