শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ভাৰতত পুনৰ ৪১ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত…

  • ভাৰতত পুনৰ ৪১৩৮৩জন কোৰোনাত আক্ৰান্ত।
  • যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে এই কেইজন লোক।
  • এই সময়চোৱাত দেশত ৩৮৬৫২জন লোক সুস্থ হোৱাৰ বিপৰীতে কোৰোনাত মৃত্যু ৫০৭জনৰ।
  • স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩১২৫৭৭২০জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, আৰোগ্যৰ সংখ্যা ৩০৪২৯৩৩৯জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, এতিয়াও কোৰোনাত আক্ৰান্ত হৈ ভাৰতত চিকিৎসাধীন হৈ আছে ৪০৯৩৯৪জন ৰোগী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি