শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

বিগত ২৪ ঘন্টাত দেশত ৪ লক্ষাধিক লোক কোভিত আক্ৰান্ত, ৪০৯২ জনৰ মৃত্যু…

  • বিগত ২৪ ঘন্টাত দেশত কোভিডত আক্ৰান্ত ৪,০৩,৭৩৮ জন ।
  • কোভিডত আক্ৰান্ত হৈ এদিনতে মৃত্যু হয় ৪০৯২ জনৰ ।
  • এদিনতে দেশত আৰোগ্য হয় ৩,৮৬,৪৪৪ জন ।
  • বৰ্তমানলৈ দেশত সৰ্বমুঠ কোভিডত আক্ৰান্ত ২,২২,৯৬,৪১৪ জন ।
  • কোভিডত আক্ৰান্ত হৈ বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হয় ২,৪২,৩৬২ জন ।
  • বৰ্তমানলৈ দেশত ১৬,৯৪,৩৯,৬৬৩ জনক কোভিড ভেকচিন প্ৰদান কৰা হয় ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি