বিগত ২৪ ঘন্টাত দেশত ৪ লক্ষাধিক লোক কোভিত আক্ৰান্ত, ৪০৯২ জনৰ মৃত্যু…

বিগত ২৪ ঘন্টাত দেশত ৪ লক্ষাধিক লোক কোভিত আক্ৰান্ত, ৪০৯২ জনৰ মৃত্যু…
  • বিগত ২৪ ঘন্টাত দেশত কোভিডত আক্ৰান্ত ৪,০৩,৭৩৮ জন ।
  • কোভিডত আক্ৰান্ত হৈ এদিনতে মৃত্যু হয় ৪০৯২ জনৰ ।
  • এদিনতে দেশত আৰোগ্য হয় ৩,৮৬,৪৪৪ জন ।
  • বৰ্তমানলৈ দেশত সৰ্বমুঠ কোভিডত আক্ৰান্ত ২,২২,৯৬,৪১৪ জন ।
  • কোভিডত আক্ৰান্ত হৈ বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হয় ২,৪২,৩৬২ জন ।
  • বৰ্তমানলৈ দেশত ১৬,৯৪,৩৯,৬৬৩ জনক কোভিড ভেকচিন প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in