শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

এদিনতে দেশত ৩.৮২ লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত, ৩৭৮০ জনৰ মৃত্যু…

266
  • ভাৰতত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত ৩,৮২,৩১৫ জন ।
  • কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৩৭৮০ জনৰ ।
  • বৰ্তমানলৈ দেশত ১৬,০৪,৯৪,১৮৮ জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন ।
  • বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্ত হয় সৰ্বমুঠ ২,০৬,৬৫,১৪৮ জন ।
  • কোভিডত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ মৃত্যু হয় ২,২৬,১৮৮ জনৰ ।
  • বৰ্তমান দেশত কোভিডত আক্ৰান্ত হৈ আছে ৩৪,৮৭,২২৯ জন ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি