এদিনতে দেশত ৩.৮২ লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত, ৩৭৮০ জনৰ মৃত্যু…

এদিনতে দেশত ৩.৮২ লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত, ৩৭৮০ জনৰ মৃত্যু…
  • ভাৰতত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত ৩,৮২,৩১৫ জন ।
  • কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৩৭৮০ জনৰ ।
  • বৰ্তমানলৈ দেশত ১৬,০৪,৯৪,১৮৮ জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন ।
  • বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্ত হয় সৰ্বমুঠ ২,০৬,৬৫,১৪৮ জন ।
  • কোভিডত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ মৃত্যু হয় ২,২৬,১৮৮ জনৰ ।
  • বৰ্তমান দেশত কোভিডত আক্ৰান্ত হৈ আছে ৩৪,৮৭,২২৯ জন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in