২৪ঘন্টাত ভাৰতত কোৰোনাত মৃত্যু ৩,৪১৭গৰাকী…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বিগত ২৪ঘন্টাত ভাৰতত ৩লাখ ৬৮হাজাৰ ১৪৭গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। আশাৰ খবৰটো হৈছে এই সময়খিনিত ৩লাখ কোৰোনা ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে। ইফালে ২৪ঘন্টাত ৩,৪১৭গৰাকী লোকৰ মৃত্যু হৈছে ভাৰতত। উল্লেখ্য যে, বৰ্তমান দেশৰ ৩৪লাখৰো অধিক ৰোগী চিকিতসাধীন হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in