দেশত এদিনতে কোভিডত আক্ৰান্ত হয় ৩,৫৭,২২৯ গৰাকী…

দেশত এদিনতে কোভিডত আক্ৰান্ত হয় ৩,৫৭,২২৯ গৰাকী…
  • দেশত এদিনতে কোভিডত আক্ৰান্ত হয় ৩,৫৭,২২৯ জন ।
  • কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু হয় ৩৪৪৯ জন ।
  • বৰ্তমানলৈ দেশত ১৫,৮৯,৩২,৯২১ জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হয় ।
  • বৰ্তমানলৈ দেশত সৰ্বমুঠ কোভিডত আক্ৰান্ত হয় ২,০২,৮২.৮৩৩ জন ।
  • বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হয় ২২২৪০৮ জন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in