এদিনতে দেশত কোভিডত আক্ৰান্ত ৩ লাখতকৈ অধিক লোক,২১০৪ জনৰ মৃত্যু…

এদিনতে দেশত কোভিডত আক্ৰান্ত ৩ লাখতকৈ অধিক লোক,২১০৪ জনৰ মৃত্যু…
  • এদিনতে ভাৰতত কোভিডত আক্ৰান্ত ৩,১৪,৮৩৫ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ২,১০৪ গৰাকীৰ ।
  • কোৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠে ১,৭৮,৮৪১ জন ।
  • দেশত এদিনতে আক্ৰান্তৰ সংখ্যাই চেৰ পেলালে আমেৰিকাকো ।
  • বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্ত ১,৫৯,৩০,৯৬৫ জন ।
  • কোভিড আক্ৰান্ত হৈ মৃত্যু হয় ১,৮৪,৬৫৭ জন ।
  • বৰ্তমানলৈ দেশত ১৩ কোটিতকৈ অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in