দেশত এদিনতে প্ৰায় ৩ লক্ষাধিক লোক কোভিডত আক্ৰান্ত, ২০২৩ জনৰ মৃত্যু….

দেশত এদিনতে প্ৰায় ৩ লক্ষাধিক লোক কোভিডত আক্ৰান্ত, ২০২৩ জনৰ মৃত্যু….
  • দেশত এদিনতে ২,৯৫,০৪১ জন লোক কোভিডত আক্ৰান্ত হয় ।
  • বিগত ২৪ ঘন্টাত মৃত্যু হয় দেশত ২০২৩ জনৰ ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,৬৭,৪৫৭ জন ।
  • দেশত বৰ্তমানলৈ বিগত ২৪ ঘন্টাত সৰ্বাধিক লোক কোভিডত আক্ৰান্ত হয় ।
  • দেশত বৰ্তমানলৈ আক্ৰান্ত হৈছে ১,৫৬,১৬,১৩০ জন ।
  • দেশত সৰ্বমুঠ মৃত্যু হয় ১,৮২,৫৫৩ জন ।
  • দেশত বৰ্তমানৈ প্ৰায় ১৩ কোটি লোকক কোভিড ভেকচিন প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in