দেশত এদিনতে কোভিডত আক্ৰান্ত ২.৮১ লাখ, ৪,১০৬ জনৰ মৃত্যু…

দেশত এদিনতে কোভিডত আক্ৰান্ত  ২.৮১ লাখ, ৪,১০৬ জনৰ মৃত্যু…
  • দেশত এদিনতে কোভিডত আক্ৰান্ত ২,৮১,৩৮৬ জন ।
  • কোভিত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত আৰোগ্য লাভ কৰে ৩,৭৮,৭৪১ জনে ।
  • বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৪,১০৬ জনৰ ।
  • বৰ্তমানলৈ দেশত ২,৪৯,৬৫,৪৬৩ জন লোক কোভিডত আক্ৰান্ত হয় ।
  • বৰ্তমানলৈ ১৮,২৯,২৬,৪৬ জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in