এদিনতে ভাৰতত কোৰোনাত আক্ৰান্ত ১,৮৪,৩৭২ জন,মৃত্যু ১০২৭ গৰাকীৰ…

এদিনতে ভাৰতত কোৰোনাত আক্ৰান্ত ১,৮৪,৩৭২ জন,মৃত্যু  ১০২৭ গৰাকীৰ…
  • বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হয় ১,৮৪,৩৭২ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১০২৭ জনৰ ।
  • দেশত বৰ্তমানলৈ সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ১,৩৮,৭৩,৮২৫ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হয় ১,৭২,০৮৫ জন ।
  • বৰ্তমানৈ ১১,১১,৭৯,৫৭৮ জন লোকক প্ৰদান কৰা হয় কোভিড ভেকচিন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in