ভাৰতৰ ১৫লাখৰো অধিক লোকক দিয়া হ’ল ভেকচিন…

ভাৰতৰ ১৫লাখৰো অধিক লোকক দিয়া হ’ল ভেকচিন…
  • বিগত ২৪ঘন্টাত দেশত ১৪, ৮৪৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ইফালে এইসময়চোৱাত ১৫, ৯৪৮গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ১৫৫গৰাকী ৰোগীৰ মৃত্যু হৈছে।
  • সমগ্ৰ দেশত বৰ্তমানলৈ ১,০৬, ৫৪, ৫৩৩গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • এতিয়ালৈকে ১লাখ ৫৩ হাজাৰ ৩৩৯গৰাকী লোকৰ মৃত্যু হৈছে।
  • বৰ্তমানলৈ ১৫লাখ ৮২হাজাৰ ২০১গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in