শেহতীয়া খবৰ
মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

ভাৰতৰ ১৫লাখৰো অধিক লোকক দিয়া হ’ল ভেকচিন…

54
  • বিগত ২৪ঘন্টাত দেশত ১৪, ৮৪৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ইফালে এইসময়চোৱাত ১৫, ৯৪৮গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ১৫৫গৰাকী ৰোগীৰ মৃত্যু হৈছে।
  • সমগ্ৰ দেশত বৰ্তমানলৈ ১,০৬, ৫৪, ৫৩৩গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • এতিয়ালৈকে ১লাখ ৫৩ হাজাৰ ৩৩৯গৰাকী লোকৰ মৃত্যু হৈছে।
  • বৰ্তমানলৈ ১৫লাখ ৮২হাজাৰ ২০১গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি