বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ১৩,৮২৩ জন, মৃত্যু ১৬২ জনৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : দেশত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হয় ১৩,৮২৩ গৰাকী লোক । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১৬,৯৮৮ গৰাকীয়ে । কোৰোনাত আক্ৰান্ত হৈ শেহতীয়া ২৪ ঘন্টাত মৃত্যু হয় ১৬২ জনৰ ।

ইফালে দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ১,০৫,৯৫,৬৬০ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১,৯৭,২০১ জন । কোৰোনাথ আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,০২,৪৫,৭৪১ জন । দেশত কোৰোনাথ আক্ৰান্ত হৈ সৰ্বমুঠ মৃত্য হয় ১,৫২,৭১৮ জন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in