দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন, ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১,২৬,৭৮৯ গৰাকী…

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন, ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১,২৬,৭৮৯ গৰাকী…
  • দেশত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা ।
  • বিগত ২৪ ঘন্টাত দেশত কোভিডত আক্ৰান্ত হয় ১,২৬,৭৮৯ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৬৮৫ গৰাকীৰ ।
  • দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে ১,২৯,২৮,৫৭৪ গৰাকী ।
  • বৰ্তমান কোৰোনাত আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছে ৯,১০,৩১৯ গৰাকী ।
  • বৰ্তমানলৈ ৯,০১,৯৮,৬৭৩ গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in