দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন, ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১,২৬,৭৮৯ গৰাকী…

499
  • দেশত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা ।
  • বিগত ২৪ ঘন্টাত দেশত কোভিডত আক্ৰান্ত হয় ১,২৬,৭৮৯ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৬৮৫ গৰাকীৰ ।
  • দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে ১,২৯,২৮,৫৭৪ গৰাকী ।
  • বৰ্তমান কোৰোনাত আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছে ৯,১০,৩১৯ গৰাকী ।
  • বৰ্তমানলৈ ৯,০১,৯৮,৬৭৩ গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি