ভাৰতত নতুনকৈ ৫৪০৬৯জনৰ দেহত কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ভাৰতত পুনৰ ৫৪০৬৯জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি।
  • যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ৬৮৮৮৮৫জন লোক।
  • উল্লেখ্য যে, এই সময়চোৱাত ভাৰতত মৃত্যু হৈছে ১৩২১জন লোকৰ।
  • স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩০০৮২৭৭৮জনলৈ পাইছে বৃদ্ধি।
  • এতিয়াও ভাৰতত চিকিৎসাধীন হৈ আছে ৬২৭০৫৭জন ৰোগী।
  • এতিয়ালৈকে দেশত ভেকচিন দিয়া হৈছে ৩০১৬২৬০২৮জন লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in