শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ভাৰতত নতুনকৈ ৫৪০৬৯জনৰ দেহত কোভিড পজিটিভ…

  • ভাৰতত পুনৰ ৫৪০৬৯জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি।
  • যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ৬৮৮৮৮৫জন লোক।
  • উল্লেখ্য যে, এই সময়চোৱাত ভাৰতত মৃত্যু হৈছে ১৩২১জন লোকৰ।
  • স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩০০৮২৭৭৮জনলৈ পাইছে বৃদ্ধি।
  • এতিয়াও ভাৰতত চিকিৎসাধীন হৈ আছে ৬২৭০৫৭জন ৰোগী।
  • এতিয়ালৈকে দেশত ভেকচিন দিয়া হৈছে ৩০১৬২৬০২৮জন লোকক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি