জয়ৰ বাবে ১০ টা বলত প্ৰয়োজন ২৫ ৰান, জয়ৰ দিশে ভাৰত

জয়ৰ বাবে ১০ টা বলত প্ৰয়োজন ২৫ ৰান, জয়ৰ দিশে ভাৰত
  • বিশ্বকাপ ক্ৰিকেট, ২০১৯ৰ প্ৰথম ছেমি ফাইনেলত জয়ৰ দিশে টীম ইণ্ডিয়া।
  • ১০ টা বলত ২৫ ৰানৰ প্ৰয়োজন ভাৰতক।
  • প্ৰথমে বেট ধৰিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন আছিল দুৰ্বল।
  • ১০ অভাৰত ৪টাকৈ উইকেট পতন হৈছিল ভাৰতৰ।
  • নিউজিলিণ্ডে ভাৰতৰ সন্মুখত বান্ধি দিছে ২৪০ ৰানৰ লক্ষ্য।
  • প্ৰথমে ক্ৰীজলৈ আহি মাত্ৰ ১ ৰানকৈ সংগ্ৰহ কৰি আউট হৈছিল কে এল ৰাহুল আৰু ৰোহিত শৰ্মা।
  • ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও ৬টা বলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি উভতিব লগা হয় পেভিলিয়নলৈ।
  • ভাৰতীয় বেটছমেন দীনেশ কাৰ্তিকেওঁ ৬ ৰান কৰি আউট হয়।
  • বৰ্তমান ক্ৰীজত আছে এম এছ ধোনী আৰু ৰবিন্দ্ৰ জাদেজা।
  • জাদেজাই সংগ্ৰহ কৰিছে ৭৬ ৰান।
  • ইফালে ধোনীয়ে সংগ্ৰহ কৰিছে ৩৮ৰান।
  • ৫০ ৰান কৰি পেভিলিয়নলৈ উভতিল এম এছ ধোনী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in