শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

জয়ৰ বাবে ১০ টা বলত প্ৰয়োজন ২৫ ৰান, জয়ৰ দিশে ভাৰত

283
  • বিশ্বকাপ ক্ৰিকেট, ২০১৯ৰ প্ৰথম ছেমি ফাইনেলত জয়ৰ দিশে টীম ইণ্ডিয়া।
  • ১০ টা বলত ২৫ ৰানৰ প্ৰয়োজন ভাৰতক।
  • প্ৰথমে বেট ধৰিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন আছিল দুৰ্বল।
  • ১০ অভাৰত ৪টাকৈ উইকেট পতন হৈছিল ভাৰতৰ।
  • নিউজিলিণ্ডে ভাৰতৰ সন্মুখত বান্ধি দিছে ২৪০ ৰানৰ লক্ষ্য।
  • প্ৰথমে ক্ৰীজলৈ আহি মাত্ৰ ১ ৰানকৈ সংগ্ৰহ কৰি আউট হৈছিল কে এল ৰাহুল আৰু ৰোহিত শৰ্মা।
  • ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও ৬টা বলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি উভতিব লগা হয় পেভিলিয়নলৈ।
  • ভাৰতীয় বেটছমেন দীনেশ কাৰ্তিকেওঁ ৬ ৰান কৰি আউট হয়।
  • বৰ্তমান ক্ৰীজত আছে এম এছ ধোনী আৰু ৰবিন্দ্ৰ জাদেজা।
  • জাদেজাই সংগ্ৰহ কৰিছে ৭৬ ৰান।
  • ইফালে ধোনীয়ে সংগ্ৰহ কৰিছে ৩৮ৰান।
  • ৫০ ৰান কৰি পেভিলিয়নলৈ উভতিল এম এছ ধোনী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি