কোটি কোটি ভাৰতীয়ৰ সপোন চূৰমাৰ! ছেমি ফাইনেলত ১৮ ৰানত নিউজিলেণ্ডৰ হাতত পৰাস্ত কোহলী বাহিনী

কোটি কোটি ভাৰতীয়ৰ সপোন চূৰমাৰ! ছেমি ফাইনেলত ১৮ ৰানত নিউজিলেণ্ডৰ হাতত পৰাস্ত কোহলী বাহিনী
  • বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডৰ জয়।
  • ৪৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে।
  • প্ৰথমে বেট ধৰি নিউজিলেণ্ডে নিৰ্ধাৰণ কৰি দিছিল ২৪০ ৰানৰ লক্ষ্য।
  • ইফালে জয়ী হোৱাৰ বাবে ১৮ ৰান বাকী থকা সময়তে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে।
  • ভাৰতৰ হৈ সৰ্বাধিক ৭৭ ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই।
  • ইফালে ৫০ ৰান সংগ্ৰহ কৰে এম এছ ধোনীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in